অনা আপত্তি প্ৰমাণ-পত্ৰ বা ন’ অব্লিগেশ্যন টু ৰিটাৰ্ণ টু ইণ্ডিয়া (এনঅ’আৰআই) অসম চৰকাৰৰ পাচপোৰ্ট বিভাগৰ দ্বাৰা প্ৰদান কৰা হয়। অসমৰ স্থায়ী বাসিন্দা হোৱা কোনো নাগৰিকে যদি ন’ অব্লিগেশ্যন টু ৰিটাৰ্ণ টু ইণ্ডিয়া ৰ বাবে আবেদন কৰে, তেন্তে, স্ংশ্লিষ্ট বিভাগৰ অনুমোদন ক্ৰমে অসম চৰকাৰৰ পাচপোৰ্ট বিভাগে তলত দিয়া নথি-পত্ৰসমূহৰ ওপৰত বিবেচনা কৰি এই প্ৰমাণ পত্ৰ প্ৰদান কৰিব পাৰে
অধিক জানিবৰ বাবে, www.mea.gov.in অনুগ্ৰহ কৰি ৱেবচাইট দৰ্শন কৰক।