মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

আমি কি কৰো

  • ভাৰত চৰকাৰৰ দিশা-নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ পাচপোৰ্ট বিভাগে ভিছা সম্প্ৰসাৰণ আৰু ভাৰতৰ বাহিৰৰ নথি-পত্ৰসমূহৰ প্ৰমাণীকৰণৰ ক্ষেত্ৰত উপ-আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্য্যসমূহ সঞ্চালন আৰু নিৰীক্ষণ কৰে। পাচপোৰ্ট বিভাগে অসমৰ বিভিন্ন জিলাত কৰ্মৰত কৰ্মচাৰীসকলৰ উদ্দেশ্যে নিধিসমূহৰ অনুমোদন তথা মুক্তকৰণ কাৰ্য্য সম্পাদন কৰে।প্ৰত্যক্ষভাৱে প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত পাচপোৰ্ট বিভাগৰ বাবে কোনো ধৰনৰ সঞ্চালকালয় বা কোনো ধৰণৰ অধীনস্থ কাৰ্য্যালয় নাই।