মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

ভাৰতলৈ ঘুৰি নহা প্ৰতিস্ৰুতি

  • অনা আপত্তি প্ৰমাণ-পত্ৰ বা ন’ অব্লিগেশ্যন টু ৰিটাৰ্ণ টু ইণ্ডিয়া (এনঅ’আৰআই) অসম চৰকাৰৰ পাচপোৰ্ট বিভাগৰ দ্বাৰা প্ৰদান কৰা হয়। অসমৰ স্থায়ী বাসিন্দা হোৱা কোনো নাগৰিকে যদি ন’ অব্লিগেশ্যন টু ৰিটাৰ্ণ টু ইণ্ডিয়া ৰ বাবে আবেদন কৰে, তেন্তে, স্ংশ্লিষ্ট বিভাগৰ অনুমোদন ক্ৰমে অসম চৰকাৰৰ পাচপোৰ্ট বিভাগে তলত দিয়া নথি-পত্ৰসমূহৰ ওপৰত বিবেচনা কৰি এই প্ৰমাণ পত্ৰ প্ৰদান কৰিব পাৰে

    • আবেদনকাৰীৰ বাসস্থানৰ নিকটৱৰ্তী গৃহ বিভাগৰ পৰা অনা-আপত্তি প্ৰমাণ পত্ৰ
    • সংশ্লিষ্ট দূতাবাসৰ পৰা স্বাক্ষৰিত স্বীকৃতিপত্ৰ
    • সংশ্লিষ্ট দূতাবাসৰ দ্বাৰা অনুমোদিত বায়’-ডাটা
    • ভাৰতীয় পাচপোৰ্টৰ একোটা কপি
    • J- I ভিছাৰ একোটা কপি (প্ৰয়োজনসাপেক্ষে)
    • বিদ্যমান F-1 ভিছাৰ একোটা কপি (প্ৰয়োজনসাপেক্ষে)
    • ডিগ্ৰী প্ৰমাণ-পত্ৰ আদি

    অধিক জানিবৰ বাবে, www.mea.gov.in অনুগ্ৰহ কৰি ৱেবচাইট দৰ্শন কৰক।