১৯৭৯ বৰ্ষৰ জুন মাহত ৰাজধানী গুৱাহাটীত পাচপোৰ্ট অফিচৰ শুভাৰম্ভ কৰা হৈছিল। এই বিভাগ বৰ্তমান ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৬ খন ৰাজ্য, যেনে- অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ মুঠ ৯৬ খন জিলালৈকে বিয়পি পৰিছে।
দৃষ্টি: বিশ্বৰ অন্যান্য দেশৰ লগত ভাৰতবৰ্ষৰ এক সুগম যোগাযোগ তথা ভাল সম্পৰ্ক ৰক্ষা কৰা।
অভিযান: বিদেশী নাগৰিকসকলৰ বাবে ভিছা প্ৰদান তথা সম্প্ৰসাৰণ সেৱ প্ৰদান কৰা।
Title | Size | Detail |
---|---|---|
নাগৰিক চনদ | 55.87 KB | ![]() |